মূল শব্দ | বিপৰীত শব্দ |
অগ্ৰগতি | পশ্চাৎগতি |
অণু | বৃহৎ |
অতিবৃষ্টি | অনাবৃষ্টি |
অধিকাৰ | অনাধিকাৰ |
অতিবৃষ্টি | অনাবৃষ্টি |
অভ্যাস | অনভ্যাস |
অনুকূল | প্ৰতিকূল |
অনুচিত | অনুগ্ৰহ |
অনুৰাগ | বিৰাগ |
অভাৱ | উভৈনদী |
অভিজ্ঞ | অনভিজ্ঞ |
অভ্যাস | অনভ্যাস |
অমৃত | বিষ |
অলপ | বেছি |
আকৰ্ষণ | বিকৰ্ষণ |
আকাশ | পাতাল |
আচামী | ফৰিয়াদী |
আচাৰ | অনাচাৰ |
আদৰ | অনাদৰ |
আদান | প্ৰদান |
আদি | অন্ত, অনাদি |
আধুনিক | পুৰণি |
আনন্দ | বিষাদ, নিৰানন্দ |
আন্ধাৰ | পোহৰ |
আপদ | নিৰাপদ |
আপোন | পৰ |
আৰম্ভ | শেষ |
আৰোহন | অৱৰোহন |
আৱাহন | বিসৰ্জন |
আৰ্ৱিভাৱ | তিৰোভাৱ, অন্তৰ্ধান |
আশা | নিৰাশা |
আশীৰ্বাদ | অভিশাপ |
আস্তিক | নাস্তিক |
আয় | ব্যয় |
আয়তী | বিধৱা |
আঁতৰ | ওচৰ |
ইচ্ছা | অনিচ্ছা |
ইহলোক | পৰলোক |
ইষ্ট | অনিষ্ট |
উচিত | অনুচিত |
উচ্চ | নীচ |
উজনি | নামনি |
উজু | টান, জটিল |
উত্তম | নৰম, অধম |
উত্তমৰ্ণ | অধমৰ্ণ |
উত্থান | পতন |
উদয় | অস্ত |
উদাৰ | সংকীৰ্ণ |
উদ্গতি | অৱনতি |
উন্নতি | অৱনতি |
উন্মুক্ত | অৱৰুদ্ধ |
উপকাৰ | অপকাৰ |
উপযুক্ত | অনুপযুক্ত |
উপযোগী | অনুপযোগী |
উপস্থিত | অনুপস্থিত |
উৎকৃষ্ট | নিকৃষ্ট |
উৎসাহ | নিৰুৎসাহ |
এতিয়া | তেতিয়া |
ঐক্য | অনৈক্য |
ওখ | চাপৰ |
ওপৰ | তল |
ওপৰত | তলত |
ক‘লা | বগা |
ককাইদেউ | বাইদেউ |
কঠিন | উজু, সহজ |
কঠোৰ | কোমল |
কনিষ্ঠ | জ্যেষ্ঠ |
কন্দা | হহাঁ |
কপটীয়া | উদাৰ |
কাতৰ | অকাতৰ |
কুটিল | সৰল, উদাৰ |
কেঁচা | পকা |
কৃতকাৰ্য | অকৃতকাৰ্য |
কৃতজ্ঞ | অকৃতজ্ঞ |
কৃত্ৰিম | স্বাভাৱিক, অকৃত্ৰিম |
কৃপণ | খৰচী, ধোঁলাখুলীয়া |
কৃশ | স্থূল |
কোমল | টান |
খাদ্য | অখাদ্য |
খালী | ভৰ্তি |
খোৱা | নোখোৱা |
গধুৰ | পাতল |
গৰম | শীত |
গৰিষ্ঠ | লঘিষ্ঠ |
গহীন | পাতল |
গুচৰীয়া | আচামী |
গুণ | দোষ |
গুৰু | শিষ্য |
গ্ৰহণ | ত্যাগ, বৰ্জন |
ঘন | পাতল |
চৰিত্ৰহীন | চৰিত্ৰৱান |
চেতন | অচেতন |
জটিল | সৰল |
জন্ম | মৃত্যু |
জয় | পৰাজয় |
জাৰ | জহ |
জীৱন | মৃত্যু, মৰণ |
জুটি | বিজুটি |
জ্যেষ্ঠ | কনিষ্ঠ |
জয় | পৰাজয় |
জ্ঞাত | অজ্ঞাত |
জ্ঞান | অজ্ঞান |
জ্ঞানী | মূৰ্খ |
টান | উজু, ঢিলা |
টেঙৰ | সৰল |
ঠেক | বহল |
ডাঙৰ | সৰু |
তপত | চেঁচা, ঠাণ্ডা |
তল | ওপৰ |
দ‘ | বাম |
দয়ালু | নিৰ্দয় |
দিন | ৰাতি |
দীঘল | চুটি |
দুৰ্বল | সবল |
দৃষ্টিহীন | দৃষ্টিক্ষম |
দেৱতা | দৈত্য, দানৱ |
দেশ | বিদেশ |
দেশপ্ৰেম | দেশদ্ৰোহী |
দেশী | বিদেশী |
দোষ | গুণ, নিৰ্দোষ |
দ্ৰুত | মন্থৰ |
ধনী | দুখীয়া |
ধৰ্ম | অধৰ্ম |
ধৈৰ্য | অধৈৰ্য |
নতুন | পুৰণি |
নম্ৰতা | উগ্ৰতা |
নিন্দা | প্ৰশংসা |
নিয়ম | অনিয়ম |
নীতিপৰায়ণ | অনীতিপৰায়ণ |
ন্যায় | অন্যায় |
পণ্ডিত | মূৰ্খ |
পৰিমিত | অপৰিমিত |
পৰিশ্ৰমী | এলেহুৱা |
পৱিত্ৰ | অপৱিত্ৰ |
পাপ | পুণ্য |
পুৰুষ | মহিলা |
পূব | পশ্চিম |
পোহৰ | আন্ধাৰ |
প্ৰচুৰ | অপ্ৰচুৰ |
প্ৰকৃত | অপ্ৰকৃত |
প্ৰকাণ্ড | সৰু, ক্ষুদ্ৰ |
প্ৰখ্যাত | অখ্যাত |
প্ৰত্যক্ষ | পৰোক্ষ |
প্ৰভু | ভৃত্য, চাকৰ |
প্ৰশংসা | নিন্দা |
প্ৰয়োজনীয় | অপ্ৰয়োজনীয় |
বলী | নিৰ্বলী |
বন্ধুত্ব | শত্ৰুতা |
বিখ্যাত | অখ্যাত |
বিদেশী | স্বদেশী |
বিশ্বাস | অবিশ্বাস |
বৃহৎ | ক্ষুদ্ৰ |
বৈধ | অবৈধ |
ভক্তি | অভক্তি |
ভদ্ৰ | অভদ্ৰ |
ভাই | ভনী |
ভাল | বেয়া |
ভুল | শুদ্ধ |
মান | অপমান |
মিঠা | তিতা |
মিহি | খহটা |
মিলন | বিচ্ছেদ |
মুকলি | বন্ধ |
মুখ্য | গৌণ |
মৃত | জীৱিত |
মৌখিক | লিখিত |
যত্ন | অযত্ন |
যশ | অপযশ |
যোগ | বিয়োগ |
ৰজনী | প্ৰভাত |
ৰজা | প্ৰজা |
ৰূপ | কুৰুপ |
ৰূপৱতী | কুৎসিত |
লঘু | গুৰু |
লাভ | লোকচান |
শকত | খীণ |
শত্ৰু | মিত্ৰ |
শান্ত | অশান্ত |
শান্তি | অশান্তি |
শিক্ষিত | অশিক্ষিত |
শুভ | অশুভ |
সজীৱ | নিৰ্জীৱ |
সন্মান | অসন্মান, অপমান |
সন্তোষ | অসন্তোষ |
সন্ধি | বিগ্ৰহ, বিসন্ধি |
সপক্ষ | বিপক্ষ |
সপোন | দিঠক |
সফলতা | বিফলতা |
সম্পদ | অসম্পদ |
সম্ভৱ | অসম্ভৱ |
সৰল | জটিল, কুটিল |
সৰু | বৰ |
সহযোগ | অসহযোগ |
সহযোগিতা | প্ৰতিযোগিতা |
সাধু | দুষ্ট |
সাহসিকতা | ভীৰুতা |
সুখ | দুখ |
সুখী | দুখী |
সুখ্যাত | কুখ্যাত |
সুগম | দুৰ্গম |
সুন্দৰ | কুৎসিত |
সুবিধা | অসুবিধা |
সুযোগ | দুৰ্যোগ |
সুৰ | অসুৰ |
সৃষ্টি | ধ্বংস, প্ৰলয় |
সৌৰ্ভাগ্য | দুৰ্ভাগ্য |
স্বৰ্গ | নৰক |
স্বাৰ্থ | নিস্বাৰ্থ |
স্বাধীন | পৰাধীন |
স্থাৱৰ | অস্থাৱৰ |
স্থায়ী | অস্থায়ী |
স্থিৰ | অস্থিৰ |
সৎ | অসৎ |
সংযোগ | বিয়োগ, বিচ্ছিন্ন |
হৰা | জিকা |
হৰ্ষ | বিষাদ |
হাঁহি | কান্দোন |
ক্ষয় | অক্ষয় |